Public App Logo
Jansamasya
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
India
Coronavirus
किसान
कांग्रेस
मौत
Accident
Congress
Modi
Delhi
Viral
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
Mp
Madhyapradesh
Pmmodi
Kerala
Rahulgandhi
Chhattisgarh
Uttarpradesh
Haryana

গোৰেশ্বৰ ভাগ: গোৰেশ্বৰত বিপিএফৰ সজাগতা সভা উপস্থিত থাকে জিলা সভাপতি মহেশ্বৰ বসুমতাৰীয়ে

Goreswar Part, Baksa | Aug 22, 2025
বিটিআৰৰ ৩০ নং গোৰেশ্বৰ পৰিষদী সমষ্টিৰ ঔখাৰী আৰু বালাৰীত অনুষ্ঠিত হয় দুখনকৈ সজাগতা সভা।শুকুৰবাৰে আবেলি ৫ মান বজাত অনুষ্ঠিত হোৱা সভাত উপস্থিত থাকে জিলা সভাপতি তথা গোৰেশ্বৰ পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী মহেশ্বৰ বসুমতাৰীয়ে।সভাত সহস্ৰাধিকলোকৰ সমাগম ঘটে।মুলত বিটিআৰ নিৰ্বাচনকলৈ ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে অনুষ্ঠিত হয় সভা।

MORE NEWS

গোৰেশ্বৰ ভাগ: গোৰেশ্বৰত বিপিএফৰ সজাগতা সভা উপস্থিত থাকে জিলা সভাপতি মহেশ্বৰ বসুমতাৰীয়ে - Goreswar Part News