বৃহস্পতিবাৰ দিনা ৰাতিপুৱা ১০ বজাৰ পৰা অনুষ্ঠিত হোৱা বিটিচিৰ জুলাই শেষন অধিবেশনত ভুমি আইনক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে বিৰোধী দলপতি তথা বিটিচিৰ পাৰিষদ ডেৰহৰছাৎ বসুমতাৰীয়ে, তেওঁ অসন্তুষ্টি প্ৰকাশ কৰি কয় যে ইউপিপিএল চৰকাৰে ভুমি সংশোধন আইনৰ উপৰ সদনত চৰ্চা নকৰাকৈ কেনেকৈ বিল পাছ কৰিব পাৰে