পূব ডিব্ৰুগড়: হোটেল ট্ৰী ফাৰ্ণত অনুষ্ঠিত "প্ৰহৰীৰ" নৱম প্ৰতিস্থা দিৱসত শিক্ষাৰত্ন" বঁটা প্ৰদান কৰে শিক্ষাবিদ ড° কন্দৰ্প কুমাৰ ডেকাক
মহানগৰৰ হোটেল ট্ৰী ফাৰ্ণত আজি ৰবিবাৰে সন্ধিয়া ৮ বজাৰ লৈকে "প্ৰহৰীৰ" নৱম সংখ্যক প্ৰতিস্থা দিৱস অনুষ্ঠিত কৰা হয়। এই অনুষ্ঠানত বৰেণ্য শিক্ষাবিদ ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ড° কন্দৰ্প কুমাৰ ডেকাক "শিক্ষাৰত্ন" বঁটা প্ৰদান কৰা হয়। এই অনুষ্ঠানত উপস্থিত থাকে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° জিতেন হাজৰিকা, পঞ্জীয়ক ড° পৰমানন্দ সোনোৱাল