ধুবুৰী ভাগ: দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ধুবুৰী পৌৰসভাতো বিশ্বকৰ্মা পূজা পালন
আজি বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজা। প্ৰতিকুল বতৰৰ মাজতে ধুবুৰীৰ বিভিন্ন প্ৰান্তত বিশ্ব খনিকৰ শ্ৰী শ্ৰী বিশ্বকৰ্মা পুজাৰ আয়োজন। ধুবুৰী চহৰত পৌৰসভাৰ কাৰ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰা হৈছে বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজাৰ।।