পূব ডিব্ৰুগড়: সদৰত বৃহত্তৰ গণ সন্মিলনৰ সংবাদমেল সম্বোধন, ২১ চেপ্তেম্বৰত বাৰ্ষিক অধিৱেশনত মন্ত্ৰী যোগেন মহনক প্ৰদান কৰিব গণ বঁটা-২০২৫
২১ ছেপ্টেম্বৰত ডিব্ৰুগড় জিলা পুথিভঁৰালত অনুষ্ঠিত হভ বৃহত্তৰ গণ সন্মিলনৰ বাৰ্ষিক অধিৱেশন। এই সন্দৰ্ভত আজি বুধবাৰে বিয়লি ৪ বজাত সদৰত এক সংবাদমেল সম্বোধন কৰে সংগঠনটোৰ বিষয়ববীয়াই। অনুষ্ঠিত হব লগীয়া বিভিন্ন কাৰ্যসূচীৰ সন্দৰ্ভত অৱগত কৰে সংবাদমেলৰ জৰিয়তে