Public App Logo
Jansamasya
Haryana
Uttarpradesh
Jdu
Sambalpur
Cyclone
Bareilly
Bcci
Agra
Breaking
Aimim
Railway
Bsf
Meerut
Raebareli
Rain
Kashmir
���ाकिस्तान
Trending
���िवाद
Bengal
���खिलेश
���ारतीय
���ोगी_आदित्यनाथ
Faridabad
Arvindkejriwal
Jajpur
���ोधपुर
Nagaur
Rahul
No video available

সাপেখাতী: সাপেখাতীত লাবণ্য খাড়ীয়া নামৰ এগৰাকী মহিলা নিৰুদ্দেশ,অঞ্চলটোত তীব্ৰ চাঞ্চল্য সৃষ্টি

Sapekhati, Charaideo | Feb 17, 2024
সাপেখাতীত আৰক্ষী থানাৰ অন্তৰ্গত ৰাইদাং চাহ বাগিছাৰ বাসিন্দা কামিল খাড়ীয়াৰ পত্নী লাবণ্য খাড়ীয়া নামৰ ৩৫ বছৰীয়া মহিলাগৰাকী নিৰুদ্দেশ হোৱাত আবেলি ১-৩০বজাত সাপেখাতী আৰক্ষী থানাত পৰিয়ালে এজাহাৰ দিয়ে। নিৰুদ্দিষ্ট লাবণ্য খাড়ীয়াৰ কোনো সদাশয় ব্যক্তিয়ে সন্ধান পালে ৯১০১২০২৭৬১ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে।

MORE NEWS