Public App Logo
Jansamasya
Jharkhand
���ेट्रोल
���िल्ली
���िरफ्तार
Breakingnews
Madhya_pradesh
Pmmodi
Rahulgandhi
Haryana
Uttarpradesh
Jdu
Sambalpur
Cyclone
Bareilly
Bcci
Agra
Breaking
Aimim
Railway
Bsf
Fatehpur
Meerut
Raebareli
Rain
Kashmir
���ाकिस्तान
Trending
���िवाद
Bengal
No video available

সাপেখাতী: সাপেখাতীত অঙ্গনবাড়ী কর্মী-সহায়িকাক নিয়মীয়া কৰ্মচাৰী হিচাপে স্বীকৃতি দিয়াৰ দাবীত তৃতীয় দিনা অসহযোগ আন্দোলন

Sapekhati, Charaideo | Feb 17, 2024
শনিবাৰে আবেলি ১বজাত সাপেখাতীত অঙ্গনবাড়ী কৰ্মী-সহায়ীকাক নিয়মীয়া কৰ্মচাৰী হিচাপে নিযুক্তি দিয়া, মাননীৰ সলনি মজুৰি দিব নোৱাৰালৈকে ১২ হাজাৰ টকাৰ মাননী আদায় দিয়া, গ্রেছুয়েটি আদায় দিয়া, অৱসৰপ্ৰাপ্ত কর্মী-সহায়িকাক এককালীন সাহাৰ্য্যৰ ধন ২০ অক্টোবৰৰ ভিতৰত আদায় দিয়াৰ দাবীত আজি তৃতীয় দিনা সাপেখাতী খণ্ড উন্নয়ন কাৰ্যালয়ৰ সন্মুখত অঙ্গনবাড়ী কৰ্মী,সহায়িকা সকলে অসহযোগ আন্দোলন পালন কৰে।

MORE NEWS