Public App Logo
Jansamasya
National
Delhi
Vandebharatexpress
Didyouknow
Shahdara
New_delhi
South_delhi
Worldenvironmentday
Beattheheat
Beatncds
Stopobesity
Hiv
Aidsawareness
Oralhealth
Mentalhealth
Seasonalflu
Worldimmunizationweek
Healthforall
Sco
Blooddonation
Saynototobacco
Vayvandanacard
Ayushmanbharat
Tbmuktbharat
Pmjay
Jansamasya
Liverhealth
Sicklecellawareness

মৰিগাঁও: মৰিগাঁও কোমৰাগুৰিত পথ দুৰ্ঘটনা, টিব্ৰবেগী মটৰ চাইকেলৰ খুন্দাত আহত এজন চাইকেল আৰোহী

Marigaon, Morigaon | Sep 17, 2025
মৰিগাঁও সদৰ থানাৰ অন্তৰ্গত কোমৰাগুৰিত সংঘটিত হয় এটা পথ দুৰ্ঘটনা। AS 02AN 4281 নম্বৰ তিব্ৰাবেগী মটৰ চাইকেলে খুন্দিয়াই আহত কৰে এজন চাইকেল আৰোহীক। মটৰ চাইকেলৰ খুন্দাত আহত ব্যক্তিজন স্থানীয় ৰাইজে তাৎক্ষণিক ভাৱে মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। অন্যহাতে ঘটনাস্থলিত উপস্থিত হৈ মৰিগাঁও যান বাহন আৰক্ষীয়ে মটৰ চাইকেল খন জব্দ কৰে। পথ দুৰ্ঘটনা আহত ব্যক্তিজন কোমৰাগুৰি গাঁৱৰে ললিত নাথ বুলি জানিব পৰা গৈছে।

MORE NEWS