নলবাৰী: ভাৰতীয় জনতা পার্টিৰ নলবাৰী জিলা কৃষক মৰ্চাৰ নৱ নিৰ্বাচিত সভাপতিক জিলা বিজেপিৰ সভাপতিৰ সম্বৰ্ধনা
ভাৰতীয় জনতা পার্টিৰ নলবাৰী জিলা কৃষক মৰ্চাৰ নৱ নিৰ্বাচিত সভাপতিক জিলা বিজেপিৰ সভাপতিৰ সম্বৰ্ধনা ।বুধবাৰে বিয়লি প্ৰায় চাৰি মান বজাত ভাৰতীয় জনতা পাৰ্টি,নলবাৰী জিলাৰ সভাপতি জয়ন্ত কুমাৰ বুজৰবৰুৱাৰ লগতে জিলা বিজেপিৰ বিষয়ববীয়াই অনুষ্ঠিত কৰে এক সম্বৰ্ধনা অনুষ্ঠান । উক্ত সম্বৰ্ধনা অনুষ্ঠানত নলবাৰী জিলা কৃষক মৰ্চাৰ সভাপতি হিচাপে দায়িত্ব লাভ কৰা ভৰমাৰ মজুমদাৰক সম্বৰ্ধনা জনোৱা হয় । ফুলাম গামোচাৰে নব নিৰ্বাচিত নেতা গৰাকীক সম্বধনা জনায় শুভেচ্ছা জ্ঞাপন কৰে জিলা বিজেপিৰ সভা