আজি সন্ধিয়াৰ ভাগত জিলাৰ অসম গণ পৰিষদ দলৰ পৰ্বতঝোৰা সমষ্টি সমিতিৰ উদ্যোগত তথা আগন্তুক ৫ নং পৰ্বতঝোৰা বিধান সভা সমষ্টিৰ নিৰ্বাচনত আশাবাদী প্ৰাৰ্থী সাহজামাল সেখৰ সৌজন্যত অসমৰ হিয়াৰ আমঠু প্ৰয়াত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ওপজা দিন উপলক্ষে "জাতীয় স্বাভিমান দিৱস" পালন কৰে।