ধুবুৰী ভাগ: ৰাজ্যত ৩ দিনীয়া শোক ঘোষণা চলি থকাৰ মাজতে ধুবুৰীত বৰভজ আৰু গীত,নৃত্যৰ অনুষ্ঠান চলাই থকাৰ অভিযোগ
এই ৩ দিনত অনুষ্ঠিত নহয় কোনো সভা, মনোৰঞ্জনধৰ্মী অনুষ্ঠান ক্ষুদ এই ঘোষণা মুখ্যমন্ত্ৰীৰ। মুখ্যমন্ত্ৰীৰ নিৰ্দেশক বুঢ়া আঙুলি দেখুৱাই ধুবুৰী সাহিত্য সভাৰ প্ৰেক্ষাগৃহত Assam Pharma And Nursing Academy’ৰ উদ্যোগত গীত, নৃত্য আৰু বৰভোজ চলাৰ অভিযোগ সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ ।