দিছপুৰ: জনজাতিকৰণৰ বিষয়টোক লৈ অসমৰ পৰিৱেশ উদ্বেগজনক,পানবজাত প্ৰতিক্ৰিয়া আছু সাধাৰণ সম্পাদক সমীৰণ ফুকনৰ
জনজাতিকৰণৰ বিষয়টোক লৈ অসমৰ পৰিৱেশ উদ্বেগজনক,পানবজাত প্ৰতিক্ৰিয়া আছু সাধাৰণ সম্পাদক সমীৰণ ফুকনৰ ।জনজাতিকৰণৰ বিষয়টো সকলোৱে আলোচনাৰ মাজেৰে আগৱঢ়াই নিব লাগে ।জনজাতীয় নেতাই জনগোষ্ঠীক লৈ এনে কটু মন্তব্য কৰিব নালাগে ।আমি কোনেও ভাতৃঘাটি সংঘৰ্ষ বিচৰা নাই।