তিতাবৰ: তিতাবৰত অনুষ্ঠিত হব লগীয়া মেগা স্বাস্থ্য পৰীক্ষা শিৱিৰৰ স্থান পৰিদৰ্শন জিলা আয়ুক্তৰ
তিতাবৰত অনুষ্ঠিত হব লগীয়া মেগা স্বাস্থ্য পৰীক্ষা শিৱিৰৰ স্থান পৰিদৰ্শন জিলা আয়ুক্তৰ । ১১ অক্টোবৰত তিতাবৰত অনুষ্ঠিত হব মেগা স্বাস্থ্য পৰীক্ষা শিৱিৰ । তিতাবৰ সম জিলাৰ শ্ৰী পদ্ম ৰাম শৰ্মা হাই স্কুলত অনুষ্ঠিত হব এই স্বাস্থ্য শিৱিৰ । য'ত তিতাবৰ সমজিলাৰ বহু লোকে বিনামূলীয়া কৈ কৰিব পাৰিব স্বাস্থ্য পৰীক্ষা । আজি সেই স্থান পৰিদৰ্শন কৰে যোৰহাট জিলা আয়ুক্তই।