ধুবুৰী ভাগ: চহৰত বিকশিত ভাৰতৰ কাৰ্য্যসূচী অনুষ্ঠিত,উপস্থিত সাংসদ কাৰ্তিক চন্দ্ৰ পাল
আজি বিকশিত ভাৰতৰ ওপৰত ধুবুৰী হৰিসভা মন্দিৰত এটা বিশেষ সভাৰ আয়োজন কৰা হয়। উক্ত সভাত প্ৰতিটি ক্লাবৰ সাধাৰণ সম্পাদকৰ সৈতে বৈঠক অনুষ্ঠিত হয়। এই অনুষ্ঠানত ৰায়গঞ্জ লোকসভা সমষ্টিৰ মাননীয় সংসদ কাৰ্তিক চন্দ্ৰ পাল ডাঙৰীয়া লগতে ধুবুৰী জিলাৰ সভাপতি শ্ৰী ৰঞ্জিত কুমাৰ ৰায় ডাঙৰীয়াৰ লগতে বিভিন্ন স্তৰৰ কাৰ্যকৰ্তাসকল আৰু ধুবুৰীৰ নগৰৰ সাধাৰণ নাগৰিক উপস্থিত থাকে ।