সোণাৰি: মাহমৰা সমষ্টিৰ বটুৱা তিনিআলিৰ পৰা কাকতিবাৰী সংযোগী পথ নির্মাণৰ কাম পৰিদৰ্শন কৰিলে কেবিনেট মন্ত্ৰী যোগেন মহনে
কেবিনেট মন্ত্ৰী যোগেন মোহনে চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিত বটুৱা তিনিআলিৰ পৰা কাকতিবাৰী সংযোগী পথ নিৰ্মাণৰ কাম পৰিদৰ্শন কৰে। মাহমৰা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ পৰিবহণ, পাৰ্বত্য এলেকা উন্নয়ন, সহযোগ আৰু খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সাংস্কৃতিক বিভাগৰ মন্ত্ৰী যোগেন মহনে আজি নিৰ্মাণ কাৰ্য চলি থকা চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ বটুৱা তিনিআলিৰ পৰা কাকতিবাৰীলৈ সংযোগী পথ নিৰ্মাণৰ কাম পৰিদৰ্শন কৰে। এই পথটোৱে স্থানীয় ৰাইজৰ যাতায়ত আৰু অৰ্থনৈতিক সুবিধা বৃদ্ধি কৰাত গুৰুত