Install App
Login
HOME
Delhi
Haryana
Uttar Pradesh
Bihar
Chhattisgarh
Madhya Pradesh
Rajasthan
Jharkhand
Himachal Pradesh
Uttarakhand
Punjab
Andhra Pradesh
Telangana
Tamil Nadu
Karnataka
Maharashtra
Assam
West Bengal
Tripura
Gujarat
Odisha
Kerala
Jansamasya
News
हादसा
पुलिस
Bjp
National
Police
Bihar
India
जनसमस्या
कांग्रेस
चोरी
Congress
Modi
Delhi
Viral
Crime
Bollywood
Breakingnews
Narendramodi
Nitishkumar
Madhya_pradesh
Nsui
उत्तरप्रदेश
Madhyapradesh
Pmmodi
Rahulgandhi
Biharfloods
Uttarpradesh
Haryana
cintumaninath3740
1
গোৱালপাৰা জিলাৰ মাটিয়া থানাৰ অন্তৰ্গত উপৰ বগুৱানৰ মিন্টু দাসে উক্ত গাঁৱৰ ধৰ্ম নাৰায়ণ দাসৰ ঘৰ জ্বলাই দিয়া বুলি খৰ্গেশ্বৰ দাসে সংবাদ মাধ্যমত এটা অভিযোগ উত্থাপন কৰিছিল। সেই অভিযোগ মিছা আৰু ভিত্তিহীন বুলি সংবাদ মেল যোগে নৎসাত কৰে মিন্টু দাসে। #nekhabar #assam #goalpara #dudhnoi #pressmeet
Balijana, Goalpara
| Sep 5, 2026
#nekhabar
#assam
#goalpara
#dudhnoi
#pressmeet
MORE NEWS
📌 মঃ ইদ্ৰিছ মেমৰিয়েল জুনিয়ৰ ছেকেণ্ডাৰী স্কুলত দুদিনীয়া কাৰ্যসূচীৰে নৱাগত আদৰণি আৰু সম্বৰ্ধনা অনুষ্ঠান #nekhabar #assam #nagaon #school
Balijana, Goalpara | Sep 21, 2026
📌 নৱ গঠিত ngo প্ৰয়াস ৰ উদ্যোগত জুবিন দিৱস উদযাপন ৭০০ নং গেট তিনিচুকীয়াত । 📌১০০১ গজ বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচী আৰম্ভ। 📌 নাম প্ৰসঙ্গ , দিহা নাম আৰু স্থানীয় শিল্পীৰ সংগীত অনুষ্ঠান সামৰণি #nekhabar #assam #tinisukia #zubeengarg #JusticeForZubeenGarg
Balijana, Goalpara | Sep 21, 2026
📌 গাড়ী ভাঙচুৰক কেন্দ্ৰ কৰি ত্ৰিপুৰাৰ উদয়পুৰ মহকুমাৰ জোৱালিখামাৰত উত্তেজনা! দুজন ব্যক্তিৰ বিৰুদ্ধে থানাত অভিযোগ, কঠোৰ আইনী ব্যৱস্থাৰ দাবী স্থানীয় ৰাইজৰ #nekhabar #tripura
Balijana, Goalpara | Sep 21, 2026
📌 দুধনৈত দুই কুখ্যাত ইৰানী গেঙৰ সদস্য গ্ৰেপ্তাৰ ৷ 📌 দুই চোৰ ক্ৰমে ঝাৰখণ্ডৰ মোটন আনচাৰী আৰু উত্তৰ প্ৰদেশৰ মহম্মদ আৰবাছ ৷ গোৱালপাৰাৰ পৰা চিন্টু নাথৰ ৰিপৰ্ট #nekhabar #assam #goalpara #dudhnoi
Balijana, Goalpara | Sep 21, 2026
📌 নাবালিকাক যৌন নিৰ্যাতনৰ অভিযোগ! তেলিয়ামুড়াত POCSO গোচৰত অভিযুক্ত গ্ৰেপ্তাৰ, ৫৪/২০২৬ নম্বৰ গোচৰৰ তদন্ত জোৰদাৰ! #nekhabar #tripura #pocso
Balijana, Goalpara | Sep 21, 2026
📌 চামগুৰি সমষ্টিৰ বৰমাত সমুখসমৰত কংগ্ৰেছ বিজেপি #nekhabar #assam #nagaon #cogress #bjp #election
Balijana, Goalpara | Sep 21, 2026
📌 চামগুৰিৰ লৰিৰ মুখত উপস্থিতি সাংসদ ৰকিবুল হুছেইন। 📌 চুৰ ডকাইত মদাহীয়ে ভয় খুৱাবলৈ চেষ্টা কৰিছে যদিও ভয় নাখাওঁ আমি সাংসদ ৰকিবুল হুছেইন। 📌 আমি যুঁজিব লাগিব নহলে ডকাইত চুৰ মদাহীক এৰি দিব লাগিব অন্যথা কেইজনমান ভাল মানুহ মৰি হলেও ৰক্ষা কৰিব লাগিব। নগাঁৱৰ পৰা ৰাজু মণি দাসৰ ৰিপৰ্ট #nekhabar #assam #nagaon #cogress #election
Balijana, Goalpara | Sep 21, 2026
২০২৫ চনৰ ১৯ ছেপ্টেম্বৰৰ সেই পৰিৱেশ মনত আছে নে ? #JusticeForZubeenGarg #ZubeenGarg #GarimaSaikiaGarg #nekhabar #assam
Balijana, Goalpara | Sep 19, 2026
📌 নিশা দৰংগিৰিৰ ৰাষ্ট্ৰীয় ঘাইপথত শোকাৱহ পথ দুৰ্ঘটনাত নিহত বাইক চালকক চিনাক্ত কৰিছে আৰক্ষীয়ে ৷ 👉 নিহত লোকজন মেঘালয়ৰ ৰাজ্যৰ উত্তৰ গাৰো পাহাৰ জিলাৰ চচলজা গাৱৰ পেনিং কে মোমিন বুলি চিনাক্ত ৷ #nekhabar #assam #goalpara #accsident
Balijana, Goalpara | Sep 19, 2026