মৰিগাঁও: পুথিভঁৰাল প্ৰেক্ষাগৃহত অৰোহণ আঁচনিৰ অধীনৰ নৱম শ্ৰেণীত অধ্যয়নৰত মেন্টি আৰু মেন্টৰসকলৰ সৈতে ভাৱ বিনিময় অনুষ্ঠান অনুষ্ঠিত
মৰিগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অসম চৰকাৰৰ অৰোহণ আঁচনিৰ অধীনৰ নৱম শ্ৰেণীত অধ্যয়নৰত মেন্টি আৰু তেওঁলোকৰ মেন্টৰসকলৰ সৈতে জিলা আয়ুক্তৰ ভাৱ বিনিময় অনুষ্ঠান অনুষ্ঠিত হৈ যায়। জিলা প্ৰশাসন আৰু সমগ্ৰ শিক্ষা, মৰিগাঁৱৰ উদ্যোগত অনুষ্ঠিত হোৱা অনুষ্ঠানটিত মূখ্য মেন্টৰ মৰিগাঁও জিলা আয়ুক্ত অনামিকা তেৱাৰীৰ উপস্থিত থাকে ।