আজি চিৰাং জিলাৰ বিজনীত বিপিএফ দলৰ এক যোগদান সভা অনুষ্ঠিত হয় , আজিৰ এই যোগদান সভাত ১ শতাধিক লোকে বিপিএফ দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ আনুষ্ঠানিক ভাৱে বিপিএফ দলত যোগদান কৰে, আজিৰ এই যোগদান সভাত চিৰাং জিলা বিপিএফ বিভিন্ন বিষয় ববিয়া আৰু কাৰ্য কৰ্তা সকল উপস্থিত থাকে।