আগন্তুক দিপৱলী উৎসৱ আৰু ৰাসকলৈ ফটোৱা জাৰি কৰা ৰুবুল আহমেদৰ বিৰুদ্ধে নলবাৰীত বিশ্ব হিন্দু পৰিষদ, বজংদলে বৃহস্পতিবাৰে সন্ধিয়া প্ৰায় সাত বাজি ৩০ মিনিটত এজাহাৰ দাখিল ।সামাজিক মাধ্যম ফেচবুকৰ জৰিয়তে দিপৱলী আৰু সমাগত ৰাস মহোৎসৱ উদযাপন নকৰিবলৈ ফটোৱা জাৰি কৰি হিন্দু সমাজক আঘাত হানিবলৈ চেষ্টা , সাম্প্ৰদায়িকতাৰ সৃষ্টি কৰাৰ চেষ্টা চলোৱা গুৱাহাটী হেদায়েৎপুৰৰ তথাকথিত ইউটিউবাৰ ৰুবুল আহমেদৰ বিৰুদ্ধে বৃহস্পতিবাৰে সন্ধিয়া নলবাৰী সদৰ থানাত বিশ্ব হিন্দু পৰিষদ, বজং দলে এজাহাৰ দাখিল ক