ঢেকিয়াজুলি ভাগ: ঢেকীয়াজুলি পৌৰসভাৰ ৫ নং ৱাৰ্ডত অনুষ্ঠিত হোৱা শ্ৰীশ্ৰী জগন্নাথ মহাপ্ৰভুৰ ৰথযাত্ৰা সামৰণি পৰিল
ঢেকীয়াজুলি পৌৰসভাৰ অন্তৰ্গত ৫ নং ৱাৰ্ডত অনুষ্ঠিত হোৱা শ্ৰীশ্ৰী জগন্নাথ মহাপ্ৰভুৰ ৰথযাত্ৰা শনিবাৰে নিশা ৮ বজাত সামৰণি পৰিল ৷ উল্লেখ্য যে বিগত বৰ্ষ সমূহৰ দৰে এই বৰ্ষতো ৭ দিনীয়া কাৰ্যসূচীৰে ঢেকীয়াজুলি পৌৰসভাৰ ৫ নং ৱাৰ্ডত অনুষ্ঠিত হৈছিল শ্ৰীশ্ৰী জগন্নাথ মহাপ্ৰভুৰ ৰথযাত্ৰা ৷ ঢেকীয়াজুলিৰ ৫ নং ৱাৰ্ডত বিগত ৭ দিনজোৰা অনুষ্ঠিত হোৱা শ্ৰীশ্ৰী জগন্নাথ মহাপ্ৰভুৰ ৰথযাত্ৰা আজি সামৰণি পৰিল ৷