Public App Logo
Jansamasya
National
Vandebharatexpress
Didyouknow
Shahdara
New_delhi
Delhi
South_delhi
Worldenvironmentday
Beattheheat
Beatncds
Stopobesity
Hiv
Aidsawareness
Oralhealth
Mentalhealth
Seasonalflu
Worldimmunizationweek
Healthforall
Sco
Blooddonation
Saynototobacco
Vayvandanacard
Ayushmanbharat
Tbmuktbharat
Pmjay
Jansamasya
Liverhealth
Sicklecellawareness

মৰিগাঁও: মৰিগাঁও সমষ্টিত ৩৩ হাজাৰ আত্ম সহায়ক গোটৰ সদস্যাই লাভ কৰিব উদ্যমিতা আঁচনিৰ ধন তৰানী কলবাৰীত এই মন্তব্য বিধায়কৰ

Marigaon, Morigaon | Sep 15, 2025
ভাৰতীয় জনতা পাৰ্টীৰ মৰিগাঁও টাউন মণ্ডলৰ উদ্যোগত তৰানী কলবাৰীত সাংগাঠনিক দিশত অনুষ্ঠিত কৰা মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ বিশেষ সজাগতা সভাত প্ৰায় দুই সহস্ৰাধিক মহিলাৰ অংশগ্ৰহণ। মুখ্য অতিথি হিচাপে মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীৰ উপস্থিত থকা সভাখনত বিজেপিৰ জিলা সভাপতি ৰামপ্ৰসাদ চৰকাৰ, সম্পাদক নিৰ্মল কোঁৱৰ, মৰিগাঁও পৌৰসভাৰ পৌৰপতি উপস্থিত থাকে।

MORE NEWS