ধুবুৰী ভাগ: চহৰত গৰাখহনীয়াৰ তাণ্ডৱ,মূহূৰ্ততে চপৰাচপৰে খহিছে নদীৰ মাটি
গৰাখহনীয়াৰ তাণ্ডৱ,চকুৰ পলকতে নদীত জাহ গল পঞ্চুঘাট অঞ্চল ৷ ধুবুৰী চহৰৰ পাৰ্শ্ব্ৱ্তী অঞ্চল তিনি নং ৱাৰ্ডৰ পঞ্চুঘাত অঞ্চলত বজাৰৰ বৰলুইতৰ কালৰূপী খহনীয়াৰ কবলতপৰি নদীৰ বুকুত জাহ যায় আধা অঞ্চল। গৰাখহনীয়াৰ নিশাটোৰ ভিতৰতে লব পাৰে ভয়ংকৰ ৰূপ।