Public App Logo
Jansamasya
News
���ुलिस
Bjp
National
Bihar
���ीजेपी
Uttar_pradesh
Congress
Modi
Delhi
Viral
Jharkhand
���िल्ली
���िरफ्तार
Breakingnews
Madhya_pradesh
Pmmodi
Rahulgandhi
Haryana
Uttarpradesh
Jdu
Sambalpur
Cyclone
���ादी
Crimenews
Bareilly
Bcci
���प
Agra
No video available

সাপেখাতী: মিছাজান বৰনাম ঘৰৰ উদ্যোগত ভাগৱত পাঠ-ব্যাখ্যা আৰু ভাওনা প্রদর্শনৰ লাইখুঁটা স্থাপন

Sapekhati, Charaideo | Mar 9, 2024
মিছাজান বৰ নামঘৰৰ উদ্যোগত তথা নাহৰপুখুৰী গাওঁ পঞ্চায়তৰ অন্তৰ্গত সমূহ নামঘৰ আৰু বৰহাট বাসী ধৰ্মপ্ৰাণ ৰাইজৰ সহযোগত ভাগৱত পাঠ,ব্যাখ্যা আৰু ভাওনা প্ৰদৰ্শনৰ লাইখুঁটা স্থাপন কৰে আজি শনিবাৰে ৩-৩০বজাত মিছাজান বৰ নামঘৰৰ প্ৰাঙ্গনত।উল্লেখ্য যে অহা ২৭,২৮,২৯আৰু ৩০মাৰ্চত মিছাজান বৰ নামঘৰত ভাগৱত পাঠ -ব্যাখ্যা আৰু ভাওনা প্ৰদৰ্শন কৰা হব।