Public App Logo
Jansamasya
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
India
Coronavirus
किसान
कांग्रेस
मौत
Accident
Congress
Modi
Delhi
Viral
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
Mp
Madhyapradesh
Pmmodi
Kerala
Rahulgandhi
Chhattisgarh
Uttarpradesh
Haryana

গোৰেশ্বৰ ভাগ: অভিষেক দাসৰ মৃত্যুৰ তদন্ত ক্ষীপ্ৰ কৰাৰ দাৱী সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ

Goreswar Part, Baksa | Aug 28, 2025
বৃহস্পতিবাৰে দিনৰ ১ মান বজাত সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় নেথৃত্বই জিলা আয়ুক্ত আৰক্ষী আয়ুক্তৰ লগতে গোৰেশ্বৰ ৰাজহ চক্ৰ বিষয়া তথা দণ্ডাধীশৰ ওচৰত অভিষেক দাসৰ মৃত্যুৰ তদন্ত ক্ষীপ্ৰ কৰাৰ দাৱী উত্থাপন কৰে।২০ আগষ্টত গোৰেশ্বৰৰ বাঙালীপাৰাৰ ভড়ালী চ'কত এক দুৰ্ঘটনা সংঘটিত হৈছিল।আজিলৈক তদন্ত প্ৰক্ৰিয়া ক্ষীপ্ৰ কৰাৰ লগতে ঘটনাত জওিতক ২৪ ঘণ্টাৰ ভিতৰত আটক নকৰিলে তীন্ৰ আন্দোলনৰ হুংকাৰ দিয়ে সংগঠনটোৱে।

MORE NEWS