ধুবুৰী ভাগ: গৌৰীপুৰত পিতৃ দৰিদ্ৰ কৃষক, পুত্ৰই পালে আৰক্ষী কনিষ্টবল (ইউবি)ৰ চাকৰি,বিভিন্ন জনৰ সম্বধনা
অসম আৰক্ষীত সফলতা লাভ গৌৰীপুৰৰ দৰিদ্ৰ পৰিয়ালৰ যুৱকৰ। সদ্যঘোষিত অসম আৰক্ষীৰ কনিষ্টবল নিযুক্তি পৰীক্ষাত উজলি উঠিবলৈ সক্ষম হ'ল গৌৰীপুৰ পানবাৰীৰ মফিদুল ইছলাম আৰু আমবাৰী বানিয়ামাৰি গাঁওৰ ফাৰুক আলী।