Public App Logo
Jansamasya
National
Andhrapradesh
���हात्मा_गांधी
���ांधी_जयंती
Gandhijayanti
Digitalindia
Fisheries
Nfdp
Pmmsy
Swasthnarisashaktparivar
Delhi
Vandebharatexpress
Didyouknow
Shahdara
New_delhi
South_delhi
Worldenvironmentday
Beattheheat
Beatncds
Stopobesity
Hiv
Aidsawareness
Oralhealth
Mentalhealth
Seasonalflu
Worldimmunizationweek
Healthforall
Sco

বৰপেটা: ক্ৰীড়া সন্থাৰ কাৰ্যালয়ত অসম ক্ৰিকেট সন্থাৰ নৱ নিৰ্বাচিত সম্পাদক সনাতন দাসক গৰীয়া মৰীয়া দেশীয় পৰিষদৰ সম্বৰ্ধনা

Barpeta, Barpeta | Oct 13, 2025
অসম ক্ৰিকেট সন্থাৰ সম্পাদক পদত নৱ নিৰ্বাচিত সনাতন দাসক সোমবাৰে ক্ৰীড়া সন্থাৰ কাৰ্যালয়ত গৰীয়া মৰীয়া দেশীয় পৰিষদৰ সম্বৰ্ধনা জনায় ৷ অসম ক্ৰিকেট সন্থাৰ নৱ নিৰ্বাচিত সম্পাদক সনাতন দাসে ৰাজ্যৰ চুক কোণে থকা প্ৰতিভাসম্পন্ন খেলুৱৈসকলক আগবঢ়াই অনাটোও হব তেওৰ অন্যতম দায়িত্ব বুলি মন্তব্য কৰে ।

MORE NEWS