মাজুলীৰ ৰনুচুক মিছিং গাঁৱৰ পৰা ১ নং ভূৰামৰা সংযোগী পথত একাঠু-এবুকু পানী---
জনপ্ৰতিনিধিক আৱেদন কৰিও সুফল নাই-- বিধায়কৰো নাই গুৰুত্ব ----
গাঁৱৰ ৰাইজে নিজে সাজি উলিয়ালে বাঁহৰ সাঁকো, সঘন দু*ৰ্ঘ*ট*না*ৰ আ*শং*কা---
ছাত্ৰ-ছাত্ৰীৰ য*ম*ৰ যা*ত*না----
#new #hilight #hilightfollwers
Ujani Majuli Circle, Majuli | Aug 11, 2026