“মামা, মথাউৰিটো নিৰ্মাণ কৰি আমাক জীয়াই থাকিবলৈ দিয়ক...”
বানবিধ্বস্ত নেপালীখুঁটিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সন্মুখত এগৰাকী মহিলাৰ কাতৰ আহ্বান— “এই মথাউৰি কেৱল এখন-দুখন গাঁৱৰ নহয়, সমগ্ৰ নাজিৰাৰ বাবে গুৰুত্বপূৰ্ণ। আজি এই মঞ্চৰ পৰাই মথাউৰি নিৰ্মাণৰ কথা দি যাওক।”
“বহুত মানুহ মৰ্মাহত হৈ আছে, আপোনাৰ ওপৰত যথেষ্ট আশা লৈ আজি ৰাইজ ওলাই আহিছে।”
#NewzNow #Nazira #Nepalikhuti #AssamFloods #Embankment #HimantaBiswaSarma #Sivasagar
Assam, India | Aug 3, 2026