Public App Logo
Jansamasya
News
���ुलिस
Bjp
National
Bihar
���ीजेपी
Uttar_pradesh
Congress
Modi
Delhi
Viral
Jharkhand
���िल्ली
���िरफ्तार
Breakingnews
Madhya_pradesh
Pmmodi
Rahulgandhi
Haryana
Uttarpradesh
Jdu
Sambalpur
Cyclone
���ादी
Crimenews
Bareilly
Bcci
���प
Agra
No video available

সোণাৰি: নাহৰহাবি চাহ বাগিচা আদৰ্শ মাধ্যমিক বিদ্যালয়ত অতিৰিক্ত শ্ৰেণীকোঠাৰ শুভ উদ্বোধন কৰে কেবিনেট মন্ত্ৰী যোগেন মহনে

Sonari, Charaideo | Mar 8, 2024
চৰাইদেউ জিলাৰ সোণাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত লাকুৱাৰ নাহৰহাবি চাহ বাগিচাত অৱস্থিত আদৰ্শ মাধ্যমিক বিদ্যালয়ত আজি এটা অতিৰিক্ত শ্ৰেণীকোঠাৰ শুভ উদ্বোধন কৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহনে ৷ লগতে মন্ত্ৰীজনে বিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশ আৰু বিভিন্ন অভাৱ-অভিযোগৰ সম্পৰ্কত বিদ্যালয় কৰ্তৃপক্ষ আৰু ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰে ৷