ধুবুৰী ভাগ: গৌৰীপুৰত এগৰাকী নিৰ্বাচিত ৱাৰ্ড সদস্যাৰ পদ খাৰিজ
ভুৱা তথ্যৰে ৱাৰ্ড সদস্যা নিৰ্বাচিত হৈছিল এগৰাকী মহিলা।ধুবুৰী জিলাৰ আটানী খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত ৮৫নং বৰাইবাৰী গাওঁ পঞ্চায়তত সংঘটিত হৈছে এই ঘটনা। পঞ্চায়তখনৰ ২নং ছাতেৰ আলগা ৱাৰ্ডৰ পৰা নিৰ্বাচিত হৈছিল কহিনুৰ খাতুন নামৰ মহিলা গৰাকী।