বঙাইগাঁও ভাগ: অখিল গগৈ নাঙলৰ নেতা পৰা উচ্ছেদিত নেতা হৈছে, তেওঁ কোনো ফেক্টৰ নহয়, চহৰত এই মন্তব্য অগপৰ কেন্দ্ৰীয় VP অপূৰ্ব ভট্টাচাৰ্যৰ
মঙ্গলবাৰে বঙাইগাঁও চহৰস্থিত জিলা অগপ কাৰ্যালয়ত সংবাদ মেল সম্বোধন কৰে অগপৰ কেন্দ্ৰীয় উপাধ্যক্ষ অপূৰ্ব ভট্টাচাৰ্যই । সংবাদ মেলত অগপৰ কেন্দ্ৰীয় উপাধ্যক্ষ অপূৰ্ব ভট্টাচাৰ্যই ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈ সন্দৰ্ভত মন্তব্য আগবঢ়াই কয় যে অখিল গগৈ নাঙলৰ নেতা পৰা উচ্ছেদিত নেতা হবলৈ গৈছে, অখিল গগৈ কোনো ফেক্টৰ নহয় ।