ধিং: ১ নং কান্ধুলিমাৰীত উদ্ধাৰ এটা হৰিণা, ৰাইজে পথাৰত প্ৰত্যক্ষ কৰি উদ্ধাৰ কৰে হৰিণাটো
Dhing, Nagaon | Nov 20, 2024 বুধবাৰে পুৱা প্ৰায় ১০ মান বজাত ধিঙৰ ১নং কান্ধুলিমাৰীত উদ্ধাৰ এটা হৰিণা পহু ।ৰাইজে পথাৰত প্ৰত্যক্ষ কৰে হৰিণটো ।কোনো দূৰ্বৃত্বই যাতে পহুটো নিধন কৰিব নোৱাৰে তাৰ বাবে ৰাইজে পহুটো ধৰি বন বিভাগক খবৰ দিয়ে।হৰিণটো পথভ্রষ্ট হৈ জনাঞ্চললৈ অহাৰ সন্দেহ ৰাইজৰ ।