কৈঠালকুছিত শ্রীশ্রীগোপাল বাবাৰ তিৰোধান তিথি উপলক্ষে আয়োজিত ১৫৬ তম ৰাজহুৱা সভা মহোৎসৱত উপস্থিত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী।শুক্ৰবাৰে সন্ধিয়া প্ৰায় সাত বাজি ৩০ মিনিটত টিহু বিধান সভা সমষ্টিৰ কৈঠালকুছিত শ্রীশ্রীগোপাল বাবাৰ তিৰোধান তিথি উপলক্ষে আয়োজিত ১৫৬ তম ৰাজহুৱা সভা মহোৎসৱত উপস্থিত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী। মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী উক্ত অনুষ্ঠানত উপস্থিত থাকি বাবাৰ চৰণত ভক্তি নিবেদন কৰে।মন্ত্ৰী গৰাকীৰ উপস্থিতিত দলীয় নেতা কৰ্মীৰ লগতে উপস্থিত থাকে ভক্তপ্ৰাণ