Public App Logo
Jansamasya
National
Delhi
Vandebharatexpress
Didyouknow
Shahdara
New_delhi
South_delhi
Worldenvironmentday
Beattheheat
Beatncds
Stopobesity
Hiv
Aidsawareness
Oralhealth
Mentalhealth
Seasonalflu
Worldimmunizationweek
Healthforall
Sco
Blooddonation
Saynototobacco
Vayvandanacard
Ayushmanbharat
Tbmuktbharat
Pmjay
Jansamasya
Liverhealth
Sicklecellawareness

মৰিগাঁও: মৰিগাঁও দন্দুৱাত পথ দুৰ্ঘটনা, তীব্ৰ বেগী মটৰ চাইকেল খুন্দাৰ আহত এজন ব্যক্তিক চিকিৎসালয়ত ভৰ্তি

Marigaon, Morigaon | Sep 16, 2025
মৰিগাঁও সদৰ থানাৰ অন্তৰ্গত দন্দুৱাত সংঘটিত এটা পথ দুৰ্ঘটনা। এখন তীব্ৰ বেগী মটৰ চাইকেলে বিপৰীত দিশৰ পৰা আহি থকা অন্য এখন মটৰ চাইকেলত খুন্দা মাৰে। ফলত নাছিৰুদ্দিন আহমেদ নামৰ ব্যক্তিজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। ঘটনাস্থলিৰ পৰা দুৰ্ঘটনা সংঘটিত কৰা মটৰ চাইকেলখন পলায়ন কৰে। পথ দুৰ্ঘটনাটোত আঘাতপ্ৰাপ্ত হোৱা নাছিৰুদ্দিন আহমেদ স্থানীয় ৰাইজে ১০৮ এম্বুলেন্সৰ জৰিয়তে মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

MORE NEWS