ধুবুৰী ভাগ: চহৰত বিধানসভা সমষ্টি ভিত্তিত বৃহৎ স্বাস্থ্য শিবিৰ উপলক্ষে জিলা স্বাস্থ্য সমিতিৰ সংবাদমেল
কাইলৈ ১২ অক্টোবৰত ধুবুৰী বি এন কলেজত অনুষ্ঠিত হ'ব বৃহৎ স্বাস্থ্য শিবিৰ। ৫০ টাকৈ বেমাৰৰ বিনামূলীয়া চিকিৎসা প্ৰদান কৰা হ'ব এই স্বাস্থ্য শিবিৰত। ধুবুৰী সমষ্টিত বসবাস কৰা শিশুৰ পৰা বৃদ্ধলৈকে বেমাৰ থকা ব্যক্তি সকলোক উক্ত স্বাস্থ্য শিবিৰত আহি বিনামূলীয়া চিকিৎসা সেৱা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।