Public App Logo
Jansamasya
News
���ुलिस
Bjp
National
Bihar
���ीजेपी
Congress
Modi
Delhi
Viral
Jharkhand
���ेट्रोल
���िल्ली
���िरफ्तार
Breakingnews
Madhya_pradesh
Pmmodi
Rahulgandhi
Haryana
Uttarpradesh
Jdu
Sambalpur
Cyclone
���ादी
Crimenews
Bareilly
Bcci
Agra
Breaking
No video available

সাপেখাতী: বৰহাট মণ্ডলৰ অন্তৰ্গত ২ নং বুথৰ সভাপতি জিতু দুৱৰা পিতৃ প্ৰয়াত খগেন দুৱৰাৰ বাসগৃহত বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ

Sapekhati, Charaideo | Jan 27, 2024
শনিবাৰে সন্ধিয়া পাঁচ বজাত বৰহাট মণ্ডলৰ অন্তৰ্গত ২ নং বুথৰ সভাপতি জিতু দুৱৰা পিতৃ প্ৰয়াত খগেন দুৱৰাৰ বাসগৃহত সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে সমাজকৰ্মী প্ৰয়াত খগেন দুৱৰাৰ বাসগৃহত উপস্থিত হৈ প্ৰয়াত খগেন দুৱাৰ পৰিয়ালয়ৰ খা -খবৰ কৰাৰ লগতে সমবেদনা জনায়।