Public App Logo
Jansamasya
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
India
Coronavirus
किसान
कांग्रेस
Accident
Congress
Modi
Delhi
Viral
Up
Rajasthan
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
Mp
Madhyapradesh
Pmmodi
Kerala
Rahulgandhi
Chhattisgarh
Uttarpradesh
No video available

পশ্চিম যোৰহাট: চিলাপথাৰত সাংবাদিক নিগ্ৰহৰ ঘটনাক লৈ যোৰহাটত প্ৰতিক্ৰিয়া AJYCP ৰ জিলা সভাপতিৰ, সাংবাদিকক মুক্ত পৰিৱেশ দিব লাগে

Jorhat West, Jorhat | Jul 5, 2025
চিলাপথাৰত সাংবাদিক নিগ্ৰহৰ ঘটনাক লৈ যোৰহাটত প্ৰতিক্ৰিয়া AJYCP ৰ জিলা সভাপতিৰ । সাংবাদিকক মুক্ত পৰিৱেশ দিব লাগে। শুকুৰবাৰে চিলাপথাৰত এটা ব্যক্তিগত সংবাদ প্ৰতিষ্ঠানৰ সাংবাদিকক বাতৰি সংগ্ৰহ কৰিবলৈ যাওঁতে প্ৰহাৰ কৰে । ইয়াকে লৈ ৰাজ্য জুৰি প্ৰতিক্ৰিয়া অব্যাহত আছে । যোৰহাটতো ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম জাতীয়তবাদী যুৱ ছাত্ৰ পৰিষদৰ জিলাৰ সভাপতিয়ে।