Public App Logo
Jansamasya
News
पुलिस
Bjp
National
Police
Bihar
India
जनसमस्या
चुनाव
बीजेपी
भाजपा
Congress
Modi
Delhi
Viral
Up
Iyc
Bollywood
Patna
Breakingnews
महिला
Narendramodi
Nitishkumar
Madhya_pradesh
Mp
Madhyapradesh
Ahmedabad
Pmmodi
Rahulgandhi

গোৰেশ্বৰ ভাগ: কা'আইনৰ বিৰোধিতাৰে গোৰেশ্বৰত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জোৰ সমদল

Goreswar Part, Baksa | Aug 8, 2025
তামুলপুৰ জিলাৰ গোৰেশ্বৰত শুকুৰবাৰে নিশা ৮-৩০ মান বজাত জোৰ সমদল উলিয়াই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে।কা আইনৰ বিৰোধিতাৰে সংগঠনটোৱে গোৰেশ্বৰৰ চ'কৰ অসম চৰকাৰৰ হায়হায় বিজেপি চৰকাৰ মুৰ্দাবাদ আদি বিভিন্ন শ্লোগান দিয়ে।প্ৰতিবাদকাৰীক আৰক্ষীয়ে বাধা প্ৰদান কৰাত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

MORE NEWS

গোৰেশ্বৰ ভাগ: কা'আইনৰ বিৰোধিতাৰে গোৰেশ্বৰত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জোৰ সমদল - Goreswar Part News