পূব ডিব্ৰুগড়: মহানগৰৰ চিৰিংচাপৰিত ৪ বছৰীয়া শিশুক ধৰ্ষণ কৰি নিশা আটক জনৈক আলি সহ ১৪ জনকৈ ৰাষ্টাৰ কাম কৰা শ্ৰমিক
মহানগৰৰ চিৰিং চাপৰিত সংঘটিত হয় এক নিৰ্লজ্জ কাণ্ড। মহানগৰীৰ চিৰিং চাপৰিত পথত কাম কৰি থকা জনৈক আলি উপাধিৰ এজন ব্যক্তিয়ে ঘৰত অকলে থকা অৱস্থাত এগৰাকী ৪ বছৰীয়া কণমানি শিশুক ধৰ্ষণ কৰে। ঘটনাৰ লগত জৰিত ১৪ জনকৈ যুৱকক কালি বৃহস্পতিবাৰে নিশাই ১১:৩০ বজাত আৰক্ষীয়ে আটক কৰে