উক্ত অনুষ্ঠানত জিলা বিজেপিৰ সভাপতি শ্ৰীযুত দেৱজিৎ বৰকলিতা ডাঙৰীয়া, চাপৰ পৌৰসভাৰ পৌৰপতি শ্ৰীমতী বিউটি ৰায় ডাঙৰীয়ানী, মণ্ডল বিজেপিৰ সভাপতি শ্ৰীযুত ধনঞ্জয় ৰায় ডাঙৰীয়া, উপ পৌৰপতিৰ লগতে ৱাৰ্ড আয়ুক্ত, আয়ুক্তা সকল উপস্থিত থাকি উক্ত কক্ষটো মুখ্য অতিথি প্ৰাঃ বিধায়ক অশোক কুমাৰ সিঙীয়ে ।