Public App Logo
Jansamasya
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
India
Coronavirus
किसान
कांग्रेस
मौत
Accident
Congress
Modi
Delhi
Viral
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
Mp
Madhyapradesh
Pmmodi
Kerala
Rahulgandhi
Chhattisgarh
Uttarpradesh
Haryana

গোৰেশ্বৰ ভাগ: মহৰিপাৰাত অসম জাতীয় পৰিষদৰ সভাত উপস্থিত থাকে সভাপতি লুৰিনজ্যোতি গগৈয়ে

Goreswar Part, Baksa | Aug 10, 2025
তামুলপুৰ জিলাৰ গোৰেশ্বৰৰ মহৰিপাৰাত অনুষ্ঠিত হয় অসম জাতীয় পৰিষদৰ সাংগঠনিক আৰু যোগদান সভা।দেওবাৰে আবেলি ৪ মান বজাত জাতীয় পৰিষদৰ জিলা সভাপতি প্ৰাণজিত তালুকদাৰৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত উপস্থিত থাকি ভাষণ দিয়ে দলটোৰ কেন্দ্ৰীয় সভাপতি লুৰিনজ্যোতি গগৈয়ে।সমাগত বিটিআৰ নিৰ্বাচনত দলটোৱে ১২টা পৰিষদীয় সমষ্টিত দলটোৱে নিৰ্বাচন খেলিব বুলি মন্তব্য কৰে লুৰিনজ্যোতি গগৈয়ে।

MORE NEWS

গোৰেশ্বৰ ভাগ: মহৰিপাৰাত অসম জাতীয় পৰিষদৰ সভাত উপস্থিত থাকে সভাপতি লুৰিনজ্যোতি গগৈয়ে - Goreswar Part News