ধুবুৰী ভাগ: পৰ্বতঝোৰা পৰিষদীয় সমষ্টিত ইউ পি পি এল দলৰ মনোনীত প্ৰাৰ্থী প্ৰসেন কুমাৰ ব্ৰহ্মৰ প্ৰচাৰ অভিযান তুংগত
বগৰীবাৰী আঢ়াই আনী কালি মন্দিৰ খেল পথাৰত নিবাচনী সভাত পৰ্বতঝোৰাৰ ইউ পি পি এল দলৰ মনোনীত প্ৰাৰ্থী প্ৰসেন কুমাৰ ব্ৰহ্ম অংশ গ্ৰহণ কৰি নিৰ্বাচনী প্ৰচাৰ অভিযান চলায়। আজিৰ নিৰ্বাচনী প্ৰচাৰ সভাত বগৰীবাৰী আঢ়াইআনী বজাৰৰ সহস্ৰাধিক বিশেষ কৈ সচেতন মহিলা,পূৰুষ আজিৰ কাৰ্য্য সূচীত উপস্থিত থকা পৰিলক্ষিত হয়।