গোৰেশ্বৰ ভাগ: গোৰেশ্বৰৰ বালাবাৰীত ৰাজহুৱা প্ৰেক্ষাগৃহ মুকলি কৰে বিটিআৰৰ পাৰিষদ পৱিত্ৰ কুমাৰ বড়োৱে
Goreswar Part, Baksa | Jul 25, 2025
গোৰেশ্বৰৰ বালাবাৰীত শুকুৰবাৰে দিনৰ ২ মান বজাত ৰাজহুৱা প্ৰেক্ষাগৃহ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে বিটিআৰৰ পাৰিষদ পৱিত্ৰ কুমাৰ...