সোণাৰি: নিমনাগড়ত ভয়ংকৰ পথ দুৰ্ঘটনা তীব্ৰ বেগত অহা স্কুটি বাহনে নিয়ন্ত্ৰন হেৰুৱাই পথৰ নলাত বাগৰি গুৰুত্বৰভাৱে জখম স্কুটি চালকজন
চৰাইদেউ জিলাৰ মথুৰাপুৰ আৰক্ষী থানাৰ অন্তৰ্গত নিমনাগড়ত ভয়ংকৰ পথ দুৰ্ঘটনা তীব্ৰ বেগত নিমনাগড় পৰা মথুৰাপুৰ অভিমুখে অহা স্কুটি বাহন দুৰ্ঘটনাগ্ৰস্ত সংকট জনক অৱস্থাত মথুৰাপুৰ আৰক্ষীয়ে সোণাৰি ৰজাপুখুৰীস্থিত চিকিৎসালয়লৈ প্ৰেৰণ আহত স্কুটি চালক জনক ৷