Public App Logo
Jansamasya
National
Bihar
Madhya_pradesh
Indianrailways
Kalpanachawla
New_delhi
Chandigarh
South_delhi
Shahdara
Beattheheat
���हीद_दिवस
North_east_delhi
Nagaland
East_delhi
North_delhi
West_delhi
Notoadulteration
Railone
North_west_delhi
���िश्व_जल_दिवस
Thodadhyanse
Capacitybuilding
Educationforall
Worldwaterday
Railsafety
Chaitranavratri
���ंतर्राष्ट्रीय_वन_दिवस
Bipinrawat
Cds
No video available

সোণাৰি: সোণাৰি বানফেৰাত সোণাৰি আঞ্চলিক বন বিভাগে দুখনকৈ অবৈধভাৱে ক্ৰেচৰা ডাষ্ট কঢ়িওৱা ডাম্পাৰ জব্দ কৰিবলৈ সক্ষম ৷

Sonari, Charaideo | Mar 14, 2024
চৰাইদেউ জিলাৰ সোণাৰি বানফেৰাত দুখনকৈ অবৈধ ভাৱে নথী পত্ৰ নোহোৱাকৈ ক্ৰেচাৰ ডাষ্ট কঢ়িওৱা ডাম্পাৰ জব্দ সোণাৰি অঞ্চলিক বন বিভাগে ৷সোণাৰি পৰা সাপেখাটি অভিমুখে যোৱা ডাম্পৰ কেইখন আজি বিয়লি সোণাৰি বানফেৰাত সোণাৰি আঞ্চলিক বন বিভাগে জব্দ কৰিছে বন বিভাগৰ জিম্মাত বৰ্তমান ডাম্পাৰ কেইখন ৷