সোণাৰি: সোণাৰিস্থিত কৃষি বিষয়াৰ কাৰ্যালয়ত বৃহস্পতিবাৰৰ পৰা উদ্যান শস্য অভিযানৰ তিনিদিনীয়াকৈ জিলা পৰ্যায়ৰ প্ৰশিক্ষণ কাৰ্যসূচী
সোণাৰিস্থিত কৃষি বিষয়াৰ কাৰ্যালয়ত বৃহস্পতিবাৰৰ পৰা উদ্যান শস্য অভিযানৰ অধীনত তিনিদিনীয়াকৈ জিলা পৰ্যায়ৰ প্ৰশিক্ষণ কাৰ্যসূচী চৰাইদেউ জিলাৰ সোণাৰিস্থিত কৃষি বিষয়াৰ কাৰ্যালয়ত চৰাইদেউ কৃষি বিভাগৰ উদ্যোগত বৃহস্পতিবাৰৰ পৰা উত্তৰ-পূব আৰু হিমালয় ৰাজ্যৰ বাবে উদ্যান শস্য অভিযানৰ অধীনত তিনিদিনীয়াকৈ জিলা পৰ্যায়ৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে । এই প্ৰশিক্ষণত প্ৰায় অৰ্ধশতাধিক লোকে প্ৰশিক্ষণ গ্ৰহণ কৰিছে ।