সোণাৰি: মথুৰাপুৰ মাজ গাওঁত ভয়ংকৰ পথ দুৰ্ঘটনা তীব্ৰ বেগত দুখন বাইকৰ মাজত মুখামুখি সংঘৰ্ষ কৰি i20 বাহনত খুন্দা মাৰি আহত বাইক চালক
চৰাইদেউ জিলাৰ মথুৰাপুৰ মাজগাওঁত ভয়ংকৰ পথ দুৰ্ঘটনা সোণাৰি পৰা শিৱসাগৰ অভিমুখে তীব্ৰ বেগত অহা দুখন বাইকৰ মাজত মুখামুখি সংঘৰ্ষ সংঘটিত কৰি i20বাহনত খুন্দিয়াই গুৰুত্বৰ ভাৱে আহত বাইক চালক ৷সংকট জনক অৱস্থাত মথুৰাপুৰ আৰক্ষীয়ে বাইক চালক ২জনক ডিব্ৰুগড় স্থিত চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷