সোণাৰি: নগাহাট লাকিলি গড়কোষ সংযোগী পথৰ আধাৰশিলা স্থাপন সাংসদ তপন কুমাৰ গগৈ আৰু বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ
লোক নির্মাণ পথ বিভাগৰ ২০২৩-২৪ বৰ্ষৰ NABARD ৰ অধীনত নির্মাণ হ'বলগীয়া নগাহাট লাকিলি গড়কোষ সংযোগী পথৰ আধাৰশিলা স্থাপন যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈৰ। লগতে সাংসদগৰাকীৰ সৈতে উপস্থিত থাকে সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ৷