সোণাৰি: জিলাত ধুমুহা আৰু বজ্ৰপাতৰ বাবে গুৱাহাটী বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী জাৰি
বৃহস্পতিবাৰে দিনৰ ১ বজাত গুৱাহাটী বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰা নিৰ্দেশনা অনুসৰি চৰাইদেউ জিলাত আজি দিনটোৰ বাবে গুৱাহাটী বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে হালধীয়া এলাৰ্ট। আজি জিলাখনত ধুমুহা আৰু বজ্ৰপাতৰ পূৰ্ণ সম্ভাৱনা আছে। ধুমুহা আৰু বজ্ৰপাতৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী বতৰ বিজ্ঞান কেন্দ্ৰই জিলাখনত আজি জাৰি কৰিছে ইয়েল’ এলাৰ্ট।