Public App Logo
Jansamasya
Haryana
Uttarpradesh
Jdu
Sambalpur
Cyclone
Bareilly
Bcci
Agra
Breaking
Aimim
Railway
Bsf
Meerut
Raebareli
Rain
Kashmir
���ाकिस्तान
Trending
���िवाद
Bengal
���खिलेश
���ारतीय
���ोगी_आदित्यनाथ
Faridabad
Arvindkejriwal
Jajpur
���ोधपुर
Nagaur
Rahul
No video available

সোণাৰি: চৰাইদেউত পঞ্চায়তৰ প্ৰভাৰী সমূহৰ লগত লোকসভা নিৰ্বাচন সম্পৰ্কত এলানি আলোচনাত মিলিত হয় বিজেপি ৰাজ্যিক সাধাৰণ সম্পাদক

Sonari, Charaideo | Mar 20, 2024
আজি ভাৰতীয় জনতা পাৰ্টিৰ চৰাইদেউ জিলা কাৰ্য্যলয়ত ৰাজ্যিক সাধাৰণ সম্পাদক পল্লৱলোচন দাস, সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, চাহ মৰ্চাৰ ৰাজ্যিক সভাপতি দুলেন নায়ক , জিলা প্ৰভাৰী সুভাষ দত্ত, সমষ্টিৰ নিৰ্বাচনী প্রভাৰী বিতুপন দ'লেৰ উপস্থিতিত জিলাৰ অন্তৰ্গত পঞ্চায়তৰ প্ৰভাৰী সমূহৰ লগত লোকসভা নিৰ্বাচন সম্পৰ্কত এলানি আলোচনা অনুষ্ঠিত হয় ।